Instructions: -
The candidates must have the following information and documents ready before proceeding to apply for admission.
1. PAN and AADHAR Card of Father/Mother/Guardian for verification of Annual Income.
2. AADHAR Card of the student (Mandatory).
3. ARN (Application Reference Number) of AHSEC DARPAN (in case of admission into H.S. Course),
4. Income Certificate issued by Circle Officer or BPL Card if apply for fee waiver scheme,
5. Copy of Admit-Card of H.S.L.C. or its equivalent examination as proof for Date of Birth,
6. Copy of Mark-Sheet H.S.L.C. or its equivalent examination. (in case of admission into H.S. Course),
7. Copy of Bank Passbook of the student,
8. Copy of Caste Certificate if applied for “Caste Quota”,
9. Copy of EWS Certificate if applied for “Economically Weaker Section Quota”,
10. Copy of Sports Certificate if applied for “Sports Quota”,
11. Copy of Disability Certificate if applied for “Specially-Abled Quota”,
12. A copy of recent passport size photograph,
12. A valid E-mail Address,
14. A Phone Number,
15. Applicant’s Signature.
16. AAPAR ID
All information provided in AHSEC Darpan website must match with college website. Any mismatch may lead towards rejection of the application by the system, which cannot be altered or rectified later on.
Admission Notice 2025-26 Prospects 2025-26
নিৰ্দেশনাসমূহ: -
এজন প্ৰাৰ্থীয়ে প্ৰ-পত্ৰ পূৰণৰ বাবে আগবাঢ়ি যোৱাৰ আগতে তলত দিয়া নথি-পত্ৰ আৰু তথ্যসমূহ সাজু কৰি ৰাখিব লাগিব।
1. বাৰ্ষিক উপাৰ্জনৰ verificationৰ বাবে পিতৃ/মাতৃ/অভিভাৱকৰ পেন আৰু আধাৰ কাৰ্ড।
2. আবেদনকাৰীৰ AADHAR কাৰ্ড (Mandatory)
3. AHSEC DARPAN ৰ ARN নং (H.S. ত নামভৰ্তিৰ বাবে),
4. H.S.L.C. বা সমতুল্য পৰীক্ষাৰ এডমিট কাৰ্ড,
5. H.S.L.C. বা সমতুল্য পৰীক্ষাৰ মাৰ্ক-শ্বীট (H.S. ত নামভৰ্তিৰ বাবে),
6. বেংক পাছবুক (ছাত্ৰ বা অভিভাৱকৰ),
7. "জাতি কোটা"ৰ বাবে আবেদন কৰিলে জাতিৰ প্ৰমাণ পত্ৰ,
8. "অসম চৰকাৰৰ নামভৰ্তি মাচুল ৰেহাই আঁচনি"ৰ বাবে আবেদন কৰিলে চক্ৰ বিষয়া দ্বাৰা প্ৰদান কৰা আয়ৰ প্ৰমাণ পত্ৰ বা বিপিএল কাৰ্ড ।
9. "অৰ্থনৈতিকভাৱে দুৰ্বল অংশ" কোটাৰ বাবে আবেদন কৰিলে ই ডব্লিউ এছ প্ৰমাণপত্ৰ,
10. "ক্রীড়া-কোটা"ৰ বাবে ক্ৰীড়া প্ৰমাণ পত্ৰ,
11. "বিশেষকৈ সক্ষম" কোটাৰ বাবে আবেদন কৰিলে P.W.D. প্ৰমাণপত্ৰ,
12. পাছপৰ্টৰ আকাৰৰ শেহতীয়া ফটো,
13. বৈধ ই-মেইল ঠিকনা,
14. ফোন নম্বৰ,
15. নিজৰ স্বাক্ষৰ
16. AAPAR ID
এন.বি.: - AHSEC DARPAN (কেৱল H.S.) ৱেবছাইটত দাখিল কৰা তথ্য কলেজৰ ৱেবছাইটত দিয়া তথ্যৰ সৈতে মিলিব লাগিব। যদি তথ্যৰ মিল নাথাকে, এপ্লিকেচন চিস্টেমে প্ৰত্যাখ্যান কৰিব পাৰে, যিবোৰ পিছত পৰিৱৰ্তন কৰিব নোৱাৰিব ।
Click here to register in AHSEC DARPAN and get ARN