Activities of Department of Assamese

Title: - Published Departmental Magazine "Sahityajyoti"
Start Date - 2023-09-05   End Date - 2023-09-05   Duration - 1 days.
Nature of the Activity: - Co-Curriculer
Summary: -
অসমীয়া বিভাগৰ বাৰ্ষিক আলোচনী 'সাহিত্যজ্যোতি’ৰ ষষ্ঠ সংখ্যা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উন্মোচন কৰা হয়। সাহিত্যজ্যোতিৰ সম্পাদনা কৰে বিভাগৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ ভাস্কৰজ্যোতি নাথে।