Activities of Department of Assamese
| Title | Details |

| Title: Departmental Farewell 2023 | |
| Start Date: 2023-05-02 End Date: 2023-05-02 Duration: 1 days | |
| Nature of the Activity: Co-Curriculer | |
| Summary:
অসমীয়া বিভাগৰ উদ্যোগত ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যোৱা ২ মে', ২০২৩ তাৰিখে বিদায়ৰ আয়োজন কৰা হয়। কণিষ্ঠ ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত বিদায় সভাখনি সুন্দৰকৈ অনুষ্ঠিত হয়। বিদায়ী ছাত্ৰ-ছাত্ৰীসকলক বিভাগৰ ফালৰপৰা একোখন বিদায় পত্ৰ আৰু একোখন গ্ৰন্থ উপহাৰ দিয়া হয়। বিদায়ী ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলে বিভাগৰ পুথিভঁৰাললৈ এটি গ্ৰন্থৰ টোপোলা উপহাৰ স্বৰূপে আগবঢ়ায়।

The Assamese Department organized a farewell party for the sixth semester students on May 2, The farewell meeting was beautifully organized by the junior students. The departing students were presented with a farewell letter and a book on behalf of the department. The students of the sixth semester donated a package of books to the library of the department.

| 1 | 2 |