Activities of Department of Assamese

Title: - ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষামূলক ভ্ৰমণ Educational Tour
Start Date - 2023-02-26   End Date - 2023-02-26   Duration - 1 days.
Nature of the Activity: - Co curricular Activity
Summary: -
চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টীয়কৰ অসমীয়া বিভাগৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষামূলক ভ্ৰমণ । ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ নামফাকে গাঁৱৰ ফাকে জনগোষ্ঠীৰ ভাষা-সাহিত্য আৰু সামাজিক জীৱনৰ বিষয়ে অধ্যয়ন।