Activities of Department of Assamese

Title: - Farewell of 6th Semester Students
Start Date - 2019-04-04   End Date - 2019-04-04   Duration - 1 days.
Nature of the Activity: - Departmental Farewell
Summary: -
ইংৰাজী ০৪-০৪-২০১৯ তাৰিখ বৃহস্পতিবাৰে অসমীয়া বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিদায় সভা অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে মূৰব্বী অধ্যাপিকা অৰ্চনা কোঁৱৰে। চুমী বৰাৰ এটি গীতেৰে আৰম্ভ কৰা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে পুৱালী শইকীয়াই। সভাত অধ্যাপিকা ড৹ কৰবী গগৈ আৰু ৰাজেন দাসে বক্তব্য আগবঢ়াই। সকলো ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিদায়ীসকলে দু-আষাৰ কয়। মৌকুঁহি বৰুৱাই শলাগৰ শৰাই আগবঢ়াই সভাৰ সামৰণি ঘোষণা কৰে।
           বিদায়ী ছাত্ৰ-ছাত্ৰীসকলে এটি কিতাপৰ টোপোলা বিভাগলৈ উপহাৰ স্বৰূপে আগবঢ়ায়।