Activities of Department of Assamese

Title: - Departmental Workshop on Note Making and Answer Script uses
Start Date - 2019-03-23   End Date - 2019-03-23   Duration - 1 days.
Nature of the Activity: - Academic Activity
Summary: -
ইংৰাজী ২৩-০৩-২০১৯ তাৰিখ শনিবাৰে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি সভা( কৰ্মশালা) আয়োজন কৰা হয়। সভাত উপস্থিত অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপিকাই সভাপতিত্ব গ্ৰহণ কৰে আৰু কৰ্মশালা খনিত "টোকা প্ৰস্ততকৰণ আৰু উত্তৰবহী প্ৰয়োগ"ৰ বিষয়ে অসমীযা প্ৰধান আৰু সাধাৰণ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি ভাষ্য প্ৰদান কৰে।অসমীয়া বিভাগৰ অংশকালীন অধ্যাপক শিখা নাথে আৰু অধ্যাপক ৰাজেন দাসে  কৰ্মশালাৰ লগত জড়িত বিষয়ক কেন্দ্ৰ কৰি সুন্দৰ ভাষণ দি ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰে।
               শেষত কৰ্মশালা খনিত উপস্থিত সদৌটিলৈ ধন্যবাদ তথা কৃতজ্ঞতা আগবঢ়াই সামৰণি মাৰে।