Activities of Department of Assamese

Title: - জ্ঞানপ্ৰৱাহ - সাহিত্যৰ অলংকাৰ, দ্বিতীয় দিন , প্ৰথম অধিৱেশন (JNAN PRAVAH, day-3, Session -1)
Start Date - 2021-07-28   End Date - 2021-07-28   Duration - 1 days.
Nature of the Activity: - Academic Activity
Summary: -
চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অসমীয়া বিভাগৰ উদ্যোগত  দহদিনীয়া অতিথি অধ্যাপকৰ অনলাইন পাঠদান অনুষ্ঠান  জ্ঞান-প্ৰৱাহৰ তৃতীয় দিনাৰ প্ৰথমটি বক্তৃতা প্ৰদান কৰে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ (স্বায়ত্বশাসিত) সহকাৰী অধ্যাপক  ড০ হেমন্ত শৰ্মাই । বিষয়ঃ  সাহিত্যৰ অলংকাৰ । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহািবদ্যালয়সমূহৰ অসমীয়া  বিভাগৰ স্নাতক শ্ৰেণীৰ  অসমীয়া সন্মান বিষয়ৰ ছাত্ৰ-ছাত্ৰীসকলে জ্ঞান-প্ৰৱাহ অনুষ্ঠানত অংশগ্ৰহণ কৰে। তৃতীয় দিনাৰ প্ৰথমটি অধিবেশনত ১০০ তকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।  সাহিত্যৰ অলংকাৰৰ বিষয়ে সাৱলীল ভাবে উদাহৰণসহ বিষয়টি অতি আকৰ্ষণীয়কৈ সমল ব্যক্তিগৰাকীয়ে উপস্থাপন কৰে। প্ৰশ্নোত্তৰ শিতানত ছাত্ৰ-ছাত্ৰীসকলে বিষয়টো সুন্দৰকৈ বুজি পোৱা বুলি উল্লেখ কৰে। অসমীয়া বিভাগৰ অধ্য়াপিকা জ্ঞান-প্ৰৱাহ অনুষ্ঠানৰ সমন্বয়ক  ড০ কৰবী গগৈয়ে আঁত ধৰা অনুষ্ঠানিটত আদৰণী ভাষণ আগবঢ়ায় অধ্যািপকা অৰ্চনা কোঁৱৰে। অধিবেশনৰ সামৰণীত সহ-সমন্বয়ক অধ্যাপক ড০ জয়ন্ত পাঠকে সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জনাই  অধিবেশনৰ সামৰণী ঘোষণা কৰে।