Activities of Department of Assamese

Title: - জ্ঞানপ্ৰৱাহ - ভাৰতীয় আৰ্যভাষা আৰু প্ৰাচীন ভাৰতীয় আৰ্যভাষা (Indo Aryan Language and Old Indo Aryan Language) দ্বিতীয় দিন , প্ৰথম অধিৱেশন (JNAN PRAVAH, day-2, Session -1)
Start Date - 2021-07-27   End Date - 2021-07-27   Duration - 1 days.
Nature of the Activity: - Academic Activity
Summary: -
চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অসমীয়া বিভাগৰ উদ্যোগত  দহদিনীয়া অতিথি অধ্যাপকৰ অনলাইন পাঠদান অনুষ্ঠান  জ্ঞান-প্ৰৱাহৰ দ্বিতীয় দিনাৰ প্ৰথমটি বক্তৃতা প্ৰদান কৰে শ্বহিদ পিয়লি ফুকন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক  ড০ মৌচুমী ৰেখা খাউণ্ডে। বিষয়ঃ ভাৰতীয় আৰ্যভাষা আৰু প্ৰাচীন ভাৰতীয় আৰ্যভাষা (Indo Aryan Language and Old Indo Aryan Language)। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহািবদ্যালয়সমূহৰ অসমীয়া  বিভাগৰ স্নাতক শ্ৰেণীৰ  অসমীয়া সন্মান বিষয়ৰ ছাত্ৰ-ছাত্ৰীসকলে জ্ঞান-প্ৰৱাহ অনুষ্ঠানত অংশগ্ৰহণ কৰে। দ্বিতীয় দিনাৰ প্ৰথমটি অধিবেশনত ১০০ তকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । ভাৰতীয় আৰ্যভাষা আৰু প্ৰাচীন ভাৰতীয় আৰ্যভাষা (Indo Aryan Language and Old Indo Aryan Language) বিষয়ে সাৱলীল ভাবে উদাহৰণসহ বিষযটি অতি আকৰ্ষণীয়কৈ সমল ব্যক্তিগৰাকীয়ে উপস্থাপন কৰে। প্ৰশ্নোত্তৰ শিতানত ছাত্ৰ-ছাত্ৰীসকলে বিষয়টো সুন্দৰকৈ বুজি পোৱা বুলি উল্লেখ কৰে। অসমীয়া বিভাগৰ অধ্য়াপিকা জ্ঞান-প্ৰৱাহ অনুষ্ঠানৰ সমন্বয়ক  ড০ কৰবী গগৈয়ে আঁত ধৰা অনুষ্ঠানিটত আদৰণী ভাষণ আগবঢ়ায় অধ্যািপকা অৰ্চনা কোঁৱৰে। অধিবেশনৰ সামৰণীত সহ-সমন্বয়ক অধ্যাপক ড০ জয়ন্ত পাঠকে সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জনাই প্ৰথম অধিবেশনৰ সামৰণী ঘোষণা কৰে।