Activities of Department of Assamese

Title: - Eassy Competition on occasion of Ex HOD late Keshab Hazarika Birthday
Start Date - 2021-11-18   End Date - 2011-11-18   Duration - 1 days.
Nature of the Activity: - Academic Activity
Summary: -
ইংৰাজী ১৮-১১-২০২১ তাৰিখ সোমবাৰে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অসমীয়া বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপক কেশৱ হাজৰিকাদেৱৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি এখনি ৰচনা প্ৰতিযোগিতা অসমীয়া বিভাগৰ প্ৰথম, তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয়।