Activities of Department of Assamese

Title: - Published Wall Megazine 'Anveshan"
Start Date - 2021-12-16   End Date - 2021-12-16   Duration - 1 days.
Nature of the Activity: - Publication
Summary: -
০৫-০৯-২০২১ তাৰিখে পৱিত্ৰ শিক্ষক দিৱসৰ দিনটোত অসমীয়া বিভাগৰ নতুন সংযোজন 'অন্বেষণ' নামৰ প্ৰাচীৰ পত্ৰিকাখনি উন্মোচন কৰা হয়। পূৰ্বৰে পৰা থকা সৃজনী লগতে এইবাৰ ‘অন্বেষণ’  শীৰ্ষক প্ৰাচীৰ পত্ৰিকা বিভাগলৈ সংযোগ হয়। এই প্ৰাচীৰ পত্ৰিকাখনিৰ ফ্ৰেম আৰু নাম ড৹ কৰবী গগৈ আৰু প্ৰয়াত বিভাগীয় প্ৰধান কেশৱ হাজৰিকাৰ তৰফৰপৰা বিভাগলৈ উপহাৰ স্বৰূপে আগবঢ়ায়। 
              "অন্বেষণ" উন্মোচন কৰে আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ  সমন্বয়ক ড৹ বিনয়ব্ৰত ৰাজখোৱাই ।