Activities of Department of Assamese

Title: - Anubhavar Chanda (Hand written Poem Magazine)
Start Date - 2021-09-05   End Date - 2021-09-05   Duration - 1 days.
Nature of the Activity: - Publication
Summary: -
 ইংৰাজী ০৫-০৯-২০২১ তাৰিখ ৰবিবাৰে শিক্ষক দিৱস তথা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অসমীয়া বিভাগৰ দ্বাৰা বিভাগৰ আলোচনী 'সাহিত্যজ্যোতি' আৰু 'অনুভৱৰ ছন্দ'(হাতেলিখা কবিতা পুথি) প্ৰকাশ হয়। কবিতা পুথি আৰু আলোচনী উন্মোচন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ মাননীয় ড৹ বিজয় কৃষ্ণ পাচনি আৰু মৰিয়নি সমষ্টিৰ বিধায়ক মাননীয় ৰূপজ্যোতি কুৰ্মীদেৱে।