Activities of Department of Assamese

Title: - জ্ঞান-প্ৰৱাহ
Start Date - 2021-07-26   End Date - 2021-08-04   Duration - 10 days.
Nature of the Activity: - Academic Activity
Summary: -
জ্ঞান-প্ৰৱাহ--- স্নাতক পৰ্যায়ৰ অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতিথি অধ্যাপকৰ বিশেষ অনলাইন পাঠদান কাৰ্যসূচী। এই কাৰ্যসূচীত অসমৰ  ৫৩ খন মহাবিদ্যালয়ৰ ৭০০ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অসমৰ ৫ খন বিশ্ববিদ্যালৰ অধ্যাপক আৰু ১১ খন মহাবিদ্যালয়ৰ মুঠ ১৯ জন অতিথি অধ্যাপকে এই কাৰ্যসূচীত পাঠদান কৰে।
  
সমল ব্যক্তি সকলসমল ব্যক্তি সকল
  
অংশগ্ৰহণকাৰী সকল