Activities of Department of Assamese

Title: - Academic talk on "Unabingsha Satikar Asom aru Asamiya Sahityat Adhunikata" ( ঊনবিংশ শতিকাৰ অসম আৰু অসমীয়া সাহিত্যত আধুনিকতা). Resource Person- Dr. Apurba Kumar Borah, Associate Professor, Jorhat Kendriya Mahavidyalyay.
Start Date - 2018-04-05   End Date - 2018-04-05   Duration - 1 days.
Nature of the Activity: - Academic Activity
Summary: -
০৫-০৪-২০১৮ তাৰিখে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অসমীয়া বিভাগে এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰে৷ অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান কেশৱ হাজৰিকাই৷ বিভাগৰ সকলো অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে বিভাগৰ হাতেলিখা কবিতাৰ আলোচনী ‘অনুভৱৰ ছন্দ’ উন্মোচন কৰা হয়৷ কবিতা পুথি উন্মোচন কৰে বক্তৃতানুষ্ঠানৰ সমল ব্যক্তি ডঙ্ম অপূবৰ্ কুমাৰ বৰাদেৱে৷   বক্তৃতাৰ বিষয় -“ঊনবিংশ শতিকাৰ অসম আৰু অসমীয়া সাহিত্যত আধুনিকতা”৷ সমল ব্যক্তি হিচাপে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঙ্ম অপূবৰ্ কুমাৰ বৰাই বক্তৃতা প্ৰদান কৰে৷ বক্তৃতাত ঊনবিংশ শতিকাৰ অসমৰ পৰিৱেশ, সেই পৰিৱেশত অসমীয়া সাহিত্য চৰ্চা আদি দিশবোৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত আলোচনা কৰে৷ 
  
participants