Activities of Department of Assamese

Title: - DRAMA WORKSHOP
Start Date - 2017-11-22   End Date - 2017-11-28   Duration - 7 days.
Nature of the Activity: - WORKSHOP
Summary: -
চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অসমীয়া বিভাগৰ উদ্যোগত ২২-১১-২০১৭ৰ পৰা ২৮-১১-২০১৭ তাৰিখলৈকে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নাট কৰ্মশালা আনুষ্ঠিত কৰে। নাট কৰ্মশালাখন উদ্বোধন কৰে চি.কে.বি.মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিজয় কৃষ্ণ পাচনীয়ে। কৰ্মশালাত সমল ব্যক্তি হিচাপে  যোৰহাট নাট্য বিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট নাট্যকৰ্মী দেৱব্ৰত মহন্ত  আৰু বিশিষ্ট নাট্যকৰ্মী   দীপেন হাজৰিকাই অংশগ্ৰহণ কৰে। নাট্য কৰ্মশালাত অংশগ্ৰহণ কৰি অংশগ্ৰহণকাৰীসকলে কৰ্মমশালাৰ সামৰণী অনুষ্ঠানত এখন নাট প্ৰস্তুত কৰি প্ৰদশৰ্ন কৰে। ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা নাট কৰ্মশালাখনিৰ সামৰণী অনুষ্ঠানত সকলোকে মানপত্ৰ প্ৰদান কৰা হয়।
  
ORGANIZER AND PARTICIPANTSWorkshop
  
workshop