Activities of Department of Assamese

Title: - Educational Tour to Tezpur
Start Date - 2021-01-03   End Date - 2021-01-03   Duration - 1 days.
Nature of the Activity: - Extension Activity
Summary: -
ইংৰাজী ০৩-০১-২০২১ তাৰিখ ৰবিবাৰে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ অসমীযা বিভাগৰ উদ্যোগত ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰী সকলক লৈ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপিকা অৰ্চনা কোঁৱৰ আৰু সহকাৰী অধ্যাপিকা ড৹ কৰবী গগৈয়ে তেজপুৰলৈ শৈক্ষিক ভ্ৰমণৰ সন্দৰ্ভত উপস্থিত হয়। তেজপুৰত উপস্থিত হৈ ঐতিহ্যমণ্ডিত স্থান সম্বন্ধে ছাত্ৰ-ছাত্ৰীসকলৰ আভাস দিয়াৰ লগতে ঊষা নগৰীত স্থাপিত ভৈৰৱ মন্দিৰ, ঊষাৰ অগ্নিগড়, চিত্ৰলেখা উদ্যান আৰু বামুণীপাহাৰ পৰিভ্ৰমণ কৰে