Activities of Literary Club
| Title: - Popular Talk on অসমীয়া আৰু মিচিং ভাষাত আত্মীয় কথন আৰু মিশ্ৰণ | ||
| Start Date - 2022-05-14 End Date - 2022-05-14 Duration - 1 days. | ||
| Nature of the Activity: - Academic Activity | ||
| Summary: - | ||
চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ সাহিত্য চৰাৰ উদ্যোগত অসমীয়া আৰু মিচিং ভাষাত আত্মীয় কথন আৰু মিশ্ৰণ শীষৰ্ক বিষয়ত এটি বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। বক্তৃতানুষ্ঠানটিত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে ধেমািজৰ মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট ভাষা গৱেষক ড০ দীপক কুমাৰ দলে। | ||
![]() | ![]() | |
![]() | ![]() | |